দিখৌমুখ মহাবিদ্যালয়ৰ
   
কোৰাচ
প্ৰজ্ঞা জাগিছে
মণিষা জাগিছে
জ্ঞানৰ মুকুট ফুটিছে অজি
ম্গলৌ পাৰৰ জ্ঞানৰ দেউল৩
সাধনাৰ বীন উঠিছে বাজি /
     
বাৰে বৰণীয়া, নানা ৰহণীয়া
জাতি-জনজাতি মনোহৰা
আজানৰ ধ্বনি ঘোষাৰ সুৰেৰে
দিখৌ দুপাৰ সুৰভি ভৰা
বীৰ চিলাৰায়ৰ বিজয় পতাকা
অদূতৰ সৌৱা উৰিছে
প্ৰীতিৰ এনাজৰী মগলৌ কুঁৱৰী
অতিতৰ কিৰীতি বখানিছে
স্বগদেউৰ লখিমী পথাৰ
তেজ ঢালি কৰো সেউজী /
জকাইচুকৰ তাপস কোঁৱৰ
নমাব ইয়াত জ্যােতিৰ বন্যা
ইয়াতেই ফুলাব জ্ঞান শতদল
আপোন মাটিক কৰিব ধন্যা
নতুনৰ ৰদ কচাঁলিতে বহি
সময়ে সলাব বুৰঞ্জী
সত্যম শিৱম সুন্দৰম
Dikhowmukh College: Moglow
Sivasagar, Assam
ESTD - 1982
copyright (c) 2014 dikhowmukhcollege.edu.in                                                                                                                        Designed by North East Web Solution